#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

#১৯অক্টোবৰ,২০১৯
দিল্লী পুলিচত খালী হৈ থকা ৫৫৪টা কনিষ্টবল পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৩ নৱেম্বৰ ২০১৯ৰ ভিতৰত অনলাইন যোগেদি আবেদন  কৰিব পাৰিব । খালী হৈ থকা মুঠ ৫৫৪ টা কনিষ্টবল পদৰ ৩৭২টা পদ পুৰুষৰ বাবে আৰু ১৮২ টা পদ মহিলাৰ বাবে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ'ব লাগিব । প্ৰাৰ্থী জন উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব । অনলাইন আবেদন কৰা সময়ত ১০০ টকাৰ আবেদন মাচুল জমা কৰিব লাগিব অধিক সহায়ৰ বাবে দিল্লী পুলিচৰ অফিচিয়েল ৱেবচাইট www.delhipolice.nic.in ৰ সহায় লব পাৰিব ।


Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom