নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ , অচিৰে ৰে'লৱেত ওলাব চাকৰি


#২৮ জুন,২০১৯



দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। অচিৰেই ৰে’লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত খালী হৈ থকা   ৯ হাজাৰ
ৰো অধিক পদত  নিযুক্তি দিয়া হ’ব।  শুকুৰবাৰে ৰাজ্যসভাত ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে প্ৰশ্নকালীন অধিৱেশনৰ  সময়ত  এই কথা  ঘোষণা কৰে । উক্ত পদ সমূহৰ  ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত সংৰক্ষিত কৰা হ'ব ।  বৰ্তমান সময়ত  আৰ পি এফত নিয়োজিত মহিলাৰ সংখ্যা  মাত্ৰ ২.২৫ শতাংশ। ৰে'লৱেত মহিলা কৰ্মচাৰীৰ  সংখ্যা বৃদ্ধি কৰাৰ উদেশ্যৰে  কেন্দ্ৰ চৰকাৰে  এই ব্যৱস্থা হাতত লৈছে বুলিও ৰে'লমন্ত্ৰী পীয়ুষ   গোৱেলে জানিবলৈ দিয়ে । আনহাতেদি  ৰে'লৱে বিভাগত  ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত কৰা এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত লোৱা হৈছে বুলি উল্লেখ কৰে ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom