নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ , অচিৰে ৰে'লৱেত ওলাব চাকৰি
#২৮ জুন,২০১৯
দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। অচিৰেই ৰে’লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত খালী হৈ থকা ৯ হাজাৰ
ৰো অধিক পদত নিযুক্তি দিয়া হ’ব। শুকুৰবাৰে ৰাজ্যসভাত ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে প্ৰশ্নকালীন অধিৱেশনৰ সময়ত এই কথা ঘোষণা কৰে । উক্ত পদ সমূহৰ ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত সংৰক্ষিত কৰা হ'ব । বৰ্তমান সময়ত আৰ পি এফত নিয়োজিত মহিলাৰ সংখ্যা মাত্ৰ ২.২৫ শতাংশ। ৰে'লৱেত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদেশ্যৰে কেন্দ্ৰ চৰকাৰে এই ব্যৱস্থা হাতত লৈছে বুলিও ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে জানিবলৈ দিয়ে । আনহাতেদি ৰে'লৱে বিভাগত ৫০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষিত কৰা এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত লোৱা হৈছে বুলি উল্লেখ কৰে ।
Comments
Post a Comment