লটাৰীত বহুত টকা অহাৰ খবৰ আহিছে নেকি? তেন্তে সাৱধান হওঁক

#২৮ জুন, ২০১৯

 লটাৰীত টকা , গাড়ী আদি লোভনীয় বস্তু আপুনি পোৱাৰ খবৰ আহিছে নেকি তেন্তে আপুনি সাৱধান হওঁক এইয়া প্ৰৱঞ্চকৰ জাল । অসম চৰকাৰে এনেধৰণৰ প্ৰৱঞ্চকৰ পৰা হাত  সাৰিবলৈ  
 "জনতাৰ চৰকাৰৰ" 
তৰফৰ পৰা
 জনহিতাৰ্ধে
 সাৱধানবাণী প্ৰচাৰ কৰিছে । "জনতাৰ চৰকাৰৰ" তৰফৰ পৰা  মবাইলত  লটাৰী জিকাৰ খবৰ আহিলে বিশ্বাসত নলবলৈ আহ্বান জনাইছে ।  তেনেধৰণৰ খবৰত  লটাৰীৰ বাবে বেঙ্ক একাউণ্টৰ তথ্য , টকা ট্ৰেঞ্চফাৰ আদি
নকৰিবলৈ আহ্বান জনাইছে । এনেধৰণৰ সন্দেহজনক ফোনকল বা মেছেজ আহিলে ততালিকে ওচৰৰ আৰক্ষী চকীত যোগাযোগ কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । সাৱধান নহলে মুহূৰ্ততে আপুনিও সৰ্ৱশ্ৰান্ত  হ'ব পাৰে   ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী