বিশ্বকাপত আজিৰ ভাৰত বনাম ইংলেণ্ড , নতুন ৰূপত দেখা যাব ভাৰতীয় দলক

#৩০জুন, ২০১৯

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ  আজিৰ খেলত  ভাৰত  ইংলেণ্ডৰ মুখামুখি হ'ব । ভাৰতীয় সময়মতে  বিয়লি ৩ বজাৰ পৰা ইংলেণ্ডৰ Edgbaston ষ্টেডিয়ামত   ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডৰ বিৰুদ্ধে  অৱতীৰ্ণ হ'ব । উল্লেখ যে  বিশ্বকাপ ক্ৰিকেটত ভাাাৰতীয় দলটোৱে ১১ পইণ্ট লাভ কৰি  তালিকাৰ  দ্বিতীয়     স্থানত আছে । আজিৰ   খেলখনত   ভাৰতীয় ক্ৰিকেট    দলটোক এক নতুন ৰূপত   দেখিবলৈ   পোৱা যাব ।  ভাৰতীয় দলে আজি বিকল্প জাৰ্চি  পৰিধান কৰি খেলপথাৰত অৱৰ্তীণ  হ'ব ।  ভাৰতীয় দলৰ  বিকল্প জাৰ্চিৰ সন্মুখভাগ ঘন নীলা ৰঙৰ হোৱাৰ লগতে  জাৰ্চিৰ পিছৰ অংশ গেৰুৱা ৰঙৰ হ'ব । 






Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী