শিক্ষা বিভাগত চাকৰি , ১৭,২৯৩ টা পদ খালী

#২৯ জুন,২০১৯




ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ । ৰাজ্যৰ শিক্ষা  বিভাগত খালী হৈ থকা মুঠ ১৭,২৯৩ টা শিক্ষক  পদৰ বাবে অহা চেপ্ততেম্বৰ মাহত ৰাজ্য চৰকাৰে  সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত কৰিব ‌। টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক Right to Education Act ৰ অধীনত নিযুক্তি দিয়া হ'ব । খালী হৈ থকা মুঠ ১৭,২৯৩ টা শিক্ষক  পদৰে ১০,১৩৭ টা পদ এল.পি.  আৰু ৭,১৫৫ টা পদ উই.পি. ৰ বাবে । উল্লেখ যে ৰাজ্য চৰকাৰে দ্বিতীয় বাৰৰ বাবে  টেট পৰীক্ষা অনুষ্ঠিত কৰিব । ইয়াৰ পূৰ্বে  ২০১২ চনত প্ৰথমবাৰৰ বাবে সাধাৰণ টেট  অনুষ্ঠিত কৰিছিল ।  পৰীক্ষাৰ সময়সূচী সন্দৰ্ভত শিক্ষা বিভাগে অতি সোনকালে জাননী জাৰি কৰিব । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go