অসম মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি

#১৩ছেপ্টেম্বৰ,২০১৯
 বৃহস্পতিবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়া হ'য় । ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ প্ৰথমখন মহিলা বিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিয়ে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত নিযুক্তি দিয়া হয় ।



Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go