হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

#১১ ছেপ্টেম্বৰ,২০১৯
অসম মাধ্যমিক শিক্ষা বৰ্ডে ২০২০ বৰ্ষৰ অসম হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে  প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে । ২০২০ বৰ্ষৰ বাবে পৰীক্ষাৰ্থী সকলে  অহা অক্তোবৰ মাহৰ ১৪ তাৰিখৰ পৰা নবেম্বৰ মাহৰ ৯ তাৰিখৰ ভিতৰ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী