মানৱতাবাদী শিল্পী ড° ভূপেন হাজৰিকাৰ আজি জন্মদিন

#৮ছেপ্টেম্বৰ,২০১৯
মানৱতাবাদী শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ৯৩ সংখ্যক জন্মদিন। অসমৰ জনজীৱনৰ লগতে সমাজ জীৱনৰ বাস্তৱ সত্য বোৰক গীত সুৰৰ মাজেৰে অসমক  বিশ্ব দৰবাৰত প্ৰতিস্থিত কৰা বিশ্ব নাগৰিক ড°  ভূপেন হাজৰিকাৰ আজি  ৯৩ সংখ্যক  জন্ম দিন ।  ১৯২৬ চনৰ  ৮ছেপ্টেম্বৰ তাৰিখে  জন্ম হয়   মানৱতাবাদী শিল্পী জনৰ  । মহান শিল্পী গৰাকীৰ জন্মদিনটোত ফাৰেউ নিউজৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰিছো । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go