জাগীৰোডৰ পৰা মুক্তি লাভ কৰিলে নব নীলৰ মেকআপ ব্ৰেকআপ

#৯ছেপ্টেম্বৰ,২০১৯
জাগীৰোডৰ উদীয়মান কন্ঠশিল্পী নব নীলৰ কন্ঠত "মেকআপ ব্ৰেকআপ" শীৰ্ষক এটি শ্ৰব্য কেছেট শুভমুক্তি লাভ কৰে  ৷ মেকআপ ব্ৰেকআপ শীৰ্ষক বিহুসুৰীয়া গীতটোৰ কথা আৰু সুৰ কন্ঠশিল্পী গৰাকীৰ নিজা ৷ জিতু দাসে প্ৰযোজনা কৰা শ্ৰুতিমধুৰ গীতটোক দৰ্শকে আদৰি লব বুলি আশাবাদী কন্ঠশিল্পী গৰাকী । আনহাতে সদ্য মুক্তি প্ৰাপ্ত এই গীতটোৱে শ্ৰুতা ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।https://youtu.be/-jHIrJ-2QNg


Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী