JNU ৰ ছাত্ৰ ৰাজনীতিত উজ্জ্বলি উঠিল অসমৰ হিমাদ্ৰী

#৯ছেপ্টেম্বৰ,২০১৯
 জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উজ্জ্বলি উঠিল অসমৰ হিমাদ্ৰী সোনোৱাল । ডিব্ৰুগড় জিলাৰ হিমাদ্ৰী সোনোৱাল জেএনইউৰ ছাত্ৰ একতা সভাৰ এচ.আই.এচ. কাউঞ্চিলাৰৰ পদৰ প্ৰাৰ্থী আছিল। অসমৰ হিমাদ্ৰীয়ে নিকটতম প্ৰতিদন্দী গৰিকীক  ৩৮৫ টা ভোটত পৰাস্ত কৰে । উল্লেখ যে হিমাদ্ৰী সোনোৱাল  জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় সমন্ধত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰী ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী