নেডাৰ বৈঠকত তিৱা,ৰাভা আৰু মিচিংৰ যষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰসংগ
#১০ ছেপ্টেম্বৰ,২০১৯
যোৱা সোমবাৰে অনুষ্ঠিত হোৱা নেডাৰ বৈঠকত তিৱা,ৰাভা আৰু মিচিং যষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰসংগই স্থান লাভ কৰে । বি.টি.চি. প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নেডাৰ বৈঠকত তিৱা ,ৰাভা আৰু মিচিং স্বায়ত্বব শাসন প্ৰসংগতো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা নেডাৰ অধ্যক্ষ অমিত শ্বাহৰ আগত উত্থাপন কৰি তিৱা,ৰাভা আৰু মিচিং সকলৰ দবী সমূহ পূৰ্ণ কৰি অতি সোনকালে সমস্যাতো সমাধান কৰিবলৈ আহ্বান জনায় । লগতে বি.টি.চি. প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বানপানী আৰু উগ্ৰপন্থী সমস্যাৰ কথাও নেডাৰ অধ্যক্ষ গৰাকীক অৱগত কৰে ।

সফল হ'বনে?ভাবিৱলৈ সময় হ'বনে এই জনগোস্ঠী সকলৰ সমস্যা কথা
ReplyDeleteআপোনাৰ মন্তব্য শুনি ভাল লাগিল
ReplyDelete