কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি

#১৫ ছেপ্টেম্বৰ,২০১৯
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি। খেলুৱৈ জনক হাৰিয়ানাৰ স্পটছ ইউনিভাৰ্চিটিৰ আচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে । এই নিযুক্তিত হাৰিয়ানাৰ চৰকাৰে অনুমোদন জনাইছে । উল্লেখ যে প্ৰথমবাৰৰ বাবে কোনো এগৰাকী খেলুৱৈয়ে  পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে নিযুক্তি লাভ কৰিলে । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী