লক্ষীনন্দ বৰদলৈয়ে লাভ কৰিলে অসম বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী

#২০ ছেপ্টেম্বৰ,২০১৯ৰাজ্যত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যত নতুনকৈ দুজন লোকৰ শৰীৰত পোৱা গৈছে মহামাৰী কৰ’ণা ভাইৰাছৰ অৱস্থিতি । শেহতীয়াকৈ কাৰ্বি আৰু মাজুলিৰ দুজন যুৱক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে । এই পৰ্যন্ত ৰাজ্যত ১১৭ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগতে mn ggf গৰাকী লোক কৰ’ণাত মৃত্যু হৈছে ।
Mmmmm
  •  ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক , বিশিষ্ট লেখক সাহিত্যিক ,বৌদ্ধিক কৰ্মী লক্ষীনন্দ বৰদলৈয়ে  তেখেতৰ "Traditional Political Institutions of Tiwas: A study on d and continuity" শীৰ্ষক বিষয়ত গবেষণাৰ বাবে শিলচৰস্হিত  অসম বিশ্ববিদ্যালয়ৰ সন্মাtনীয় ডক্টৰেট  ডিগ্ৰী লাভ কৰে । অধ্যাপক গৰাকীয়ে অসম বিশ্ববিদ্যালয় ডিফু কেম্পাছৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কে চি দাসৰ তত্বাৱধানত গৱেষণা সম্পন্ন কৰিছিল । ডক্টৰ বৰদলৈয়ে গৱেষণাৰ জৰিয়তে জনগোষ্ঠীতোৰ যিকেইটা দিশ উলিয়াই আনিলে অনাগত দিনত নিশ্চিত ভাবে জনগোষ্ঠীতোৰ বিষয়ে অধ্যয়নৰ এক নতুন পথ মুকলি কৰিব ।
  • Uujd. 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go