চিকিৎসক হত্যাৰ প্ৰতিবাদত জাগীৰোডত মৌন প্ৰতিবাদী সমদল


#৩আগষ্ট,২০১৯
টিয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ  হত্যাৰ প্ৰতিবাদত মৰিগাঁও জিলাৰ জাগীৰোডত  চিকিৎসক, কৰ্মচাৰী, চিকিৎসাসেৱাৰ লগত জড়িত ব্যক্তিসকলে হাতে হাতে  মমবাতি জ্বলাই মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ টিয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ  হত্যাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰা মাজতে জাগীৰোড  মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী সকলে সন্ধিয়া এক   মৌন প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে  ৷ এনে জঘন্য ঘটনাৰ  পুনৰাবৃত্তি নহওক তাৰে কামনাৰে জাগীৰোডত চিকিৎসা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি নিহত চিকিৎসক জনৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰে  ।

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া