টেট পৰীক্ষাত কি কি বিষয়ৰ প্ৰশ্ন আহিব তাক জানিবলৈ পঢ়ক আমাৰ এই পষ্ট
#৬ ছেপ্টেম্বৰ,২০১৯
ৰাজ্যৰ শিক্ষা বিভাগে ৭ বছৰৰ মূৰত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে । ইতিমধ্যে টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰিবৰ বাবে ৱেবচাইট মুকলি কৰি দিছে । ইচ্ছুক প্ৰাৰ্থী সকলে অহা ১৭ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব । ৰাজ্য চৰকাৰে এইবাৰ প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা পৰ্যায়তপৰ্যায়তে টেট অনুষ্ঠিত কৰিব ।
প্ৰাথমিক আৰু মাধ্যমিক টেট পৰীক্ষাত কি কি বিষয়ৰ প্ৰশ্ন আহিব ?
প্ৰাথমিক টেট - প্ৰাথমিক টেট পৰীক্ষাত মুঠ পাঁচটা বিষয়ৰ ওপৰত ৩০ নম্বৰকে ১৫০ নম্বৰৰ প্ৰশ্ন আহিব ।
১/অসমীয়া (৩০)
২/ইংৰাজী(৩০)
৩/গণিত(৩০)
৪/শিশু বিকাশ আৰু শিক্ষণবিদ্যা(৩০)
৫/ পৰিৱেশ অধ্যয়ন(৩০)
মাধ্যমিক টেট- মাধ্যমিক টেট পৰীক্ষাত মুঠ চাৰিটা বিষয়ৰ ওপৰত ১৫০ নম্বৰৰ প্ৰশ্ন আহিব ।
১/ ভাষা১ (৩০)
২/ ভাষা২ (৩০)
৩/শিশু বিকাশ আৰু শিক্ষণবিদ্যা(৩০)
৪/ (ক)সাধাৰণ গণিত আৰু বিজ্ঞান শিক্ষকৰ বাবে
গণিত আৰু বিজ্ঞান (৬০)
(খ)কলা শাখাৰ শিক্ষকৰ বাবে সমাজ বিজ্ঞান (৬০)
টেট পৰীক্ষাত উত্তীৰ্ণ হবলৈ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৬০% আৰু এচ,টি আৰু এচ,চি প্ৰাৰ্থীৰ বাবে ৫৫% নম্বৰ প্ৰয়োজন হ'ব ।

Comments
Post a Comment