ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২০১৯-২০বৰ্ষৰ পুঁজি মুকলি


#১৬ জুলাই,২০১৯

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ২০১৯-২০বৰ্ষৰ পুঁজিৰ ধন  ২৫১.৫৫লাখ টকা মুকলি কৰি দিছে  । ৰাজ্য খনৰ চাৰিওফালে  বান-গৰাখহনীয়াই
ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে তৎকালীন ভাবে ২৫১.৫৫ লাখ টকাৰ কেন্দ্ৰীয় পুঁজি মুকলি কৰি দিয়ে । 


চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ ৩০ জিলা বৰ্তমান বানৰ কৱলত আছে । ৰাজ্যৰ ৩০খন জিলাৰ ১১৩ টা ৰাজহ চক্ৰৰ ১,৫০,২১,৩৬০ হেক্টৰ  কৃষিভূমি বানত বুৰ গৈ আছে । আনহাতে ১৮৩ টা আশ্ৰয় শিবিৰত মুঠ ৪২,৮৬,৪২১ জন বানক্ৰান্তই আশ্ৰয় লৈ আছে । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom