বানপীড়িত সকলক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

#১৬ জুলাই,২০১৯

ৰাজ্যত বন-গৰাখহনীয়াই ভয়াবহ ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । ৰাষ্ট্ৰসংঘৰ  সচিব প্ৰধান এন্টনিঅ গোটেৰে বানপীড়িত  লোকসকলক  সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।
                                 


ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গৰাকীয়ে এনে দুৰ্যোগৰ সময়ত পীড়িতসকলৰ কাষত থিয় দিবলৈ বিশ্বৰ অন্যান্য দেশ সমূহক আহ্বান জনাইছে  । সোমবাৰে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ফাৰহান হকে সংবাদমাধ্যমক এই কথা জানিবলৈ দিয়ে। 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go