টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত গোচৰ

#১৪জুলাই ,২০১৯

টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন ঠিকাভিত্তীক টে'ট শিক্ষকে  উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰে ।ৰাজ্যৰ শিক্ষা বিভাগে সাত বছৰৰ মূৰত  নতুনকৈ টে’ট অনুষ্ঠিত কৰাৰ কথা ঘোষণা  কৰাৰ পিছতে আজিলৈকে স্থায়ীভাৱে নিযুক্তি লাভ নকৰা ঠিকাভিত্তীক টে'ট শিক্ষক সকল  শংকিত হৈ পৰিছে।  গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিয়া  এক গোচৰ সংক্ৰান্তত ৰাজ্যৰ শিক্ষাবিভাগে  পুনৰ  সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি
 ৰাজ্যৰ একাংশ ঠিকা ভিত্তিক টেট শিক্ষকে প্ৰত্যাহ্বান জনাইছে  । ‘আমি অসমত টে’ট ৰ বিৰোধিতা কৰা নাই। আমাৰ মূল দাবীতো হ’ল পূৰ্বৰ প্ৰায় ৯ হাজাৰ পদৰ মাজত আমাক নিযুক্তি দিয়ক" বুলি উচ্চতম ন্যায়ালয়ৰ দাৰস্ত হোৱা ঠিকাভিত্তীক টে'ট শিক্ষক সকলে সংবাদ মাধ্যমৰ আগত নিজৰ মত  প্ৰকাশ কৰে ।



Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom