নেৰিটচত ৩৮৬৫০ টা পদ খালী

#২৪ জুলাই,২০১৯ অসম চৰকা্ৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত (বৃত্তি পৰিক্ষাৰ বাবে) নেৰিটচত খালী হৈ থকা মুঠ ৩৮৬৫০ টা কেন্দ্ৰ সহায়ক পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম / উচ্চতৰ মাধ্যমিক/ স্নাতক হোৱাটো বাঞ্চনীয় । নিযুক্ত লাভ কৰা প্ৰাৰ্থী সকলক কেন্দ্ৰটোত হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিমানৰ (প্ৰতিটো শ্ৰেণীৰ অতিকমেও ২০ টা) ওপৰত ভিত্তি কৰি ও চুক্তি অনুযায়ী মাহে ৬০০০ টকাৰ পৰা ২২,০০০ টকালৈ মাননী দিয়া হ'ব । নতুবা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটি উচ্চ পৰ্যায়ৰ কমিছন দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২৫ আগষ্ট, ২০১৯ তাৰিখৰ ভিতৰত ডাক যোগে STANDARD FORM নতুবা Bio-Data তলত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব । ঠিকনা------- TO, THE SECRETARY / MANAGING DIRECTOR EMPLOYMENT RECRUITMENT TRUST BOARD, PRIMARY LEVEL NORTH EAST REGIONAL INSTITUTE FOR TALENT SEARCH. Adminstrative office : Back Side Bornamghar, Ward No,. 1, P.O. Dhekiajuli Dist. Sonitpur (Assam), Pin 784110 অধিক সহায়ৰ বাবে তলত উল্লেখ কৰা নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব - Ph. 9435180377, 9707028739, 8402961508

Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া