নেৰিটচত ৩৮৬৫০ টা পদ খালী

#২৪ জুলাই,২০১৯ অসম চৰকা্ৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত (বৃত্তি পৰিক্ষাৰ বাবে) নেৰিটচত খালী হৈ থকা মুঠ ৩৮৬৫০ টা কেন্দ্ৰ সহায়ক পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম / উচ্চতৰ মাধ্যমিক/ স্নাতক হোৱাটো বাঞ্চনীয় । নিযুক্ত লাভ কৰা প্ৰাৰ্থী সকলক কেন্দ্ৰটোত হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিমানৰ (প্ৰতিটো শ্ৰেণীৰ অতিকমেও ২০ টা) ওপৰত ভিত্তি কৰি ও চুক্তি অনুযায়ী মাহে ৬০০০ টকাৰ পৰা ২২,০০০ টকালৈ মাননী দিয়া হ'ব । নতুবা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটি উচ্চ পৰ্যায়ৰ কমিছন দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২৫ আগষ্ট, ২০১৯ তাৰিখৰ ভিতৰত ডাক যোগে STANDARD FORM নতুবা Bio-Data তলত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব । ঠিকনা------- TO, THE SECRETARY / MANAGING DIRECTOR EMPLOYMENT RECRUITMENT TRUST BOARD, PRIMARY LEVEL NORTH EAST REGIONAL INSTITUTE FOR TALENT SEARCH. Adminstrative office : Back Side Bornamghar, Ward No,. 1, P.O. Dhekiajuli Dist. Sonitpur (Assam), Pin 784110 অধিক সহায়ৰ বাবে তলত উল্লেখ কৰা নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব - Ph. 9435180377, 9707028739, 8402961508

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom