৩১ জুলাইত নহয় ৩১ আগষ্টত প্ৰকাশ কৰিব লাগিব নাগৰিক পঞ্জী

#২৩ জুলাই২০১৯ উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন নতুনকৈ ধাৰ্য্য কৰি দিছে ।চলিত বৰ্ষৰ ৩১ আগষ্টত নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব লাগিব । উল্লেখ যে ইয়াৰ পূৰ্বতে উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ নিৰ্দেশ দিছিল যদিও সময়সীমা বৃদ্ধিৰ বাবে চৰকাৰে আবেদন জনাইছিল । সেই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰকাশৰ সময়সীমা এক মাহলৈ বৃদ্ধি কৰে ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go