ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ফলাফলৰ দিন ঘোষণা

#১৪ জুলাই,২০১৯

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পাঠ্যক্ৰমৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। অহা ১৬ জুলাইত বিশ্ববিদ্যালয়খনৰ  কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা  শাখাৰ সান্মাষিকৰ ফলাফল ঘোষণা কৰা হ'ব । ১৬ জুলাইৰ পুৱা  ১১বজাৰ পৰা  স্নাতক দ্বিতীয় ,চতুৰ্থ আৰু সান্মাষিকৰ পৰীক্ষাৰ্থী সকলে  ফলাফল লাভ  কৰিব। পৰীক্ষাৰ ফলাফল চাবৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই  তিনিটা ৱেবচাইটৰ ব্যৱস্থা কৰিছে।ৱেবচাইটকেইটা হৈছে www.dibru.net, www.exametc.com আৰু www. indianresult.com।





Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী