২২ জুলাইত প্ৰক্ষেপন কৰা হ'ব চন্দ্ৰযান-২

#১৮ জুলাই,২০১৯

ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই "চন্দ্ৰযান - ২" প্ৰক্ষেপনৰ নতুন তাৰিখ ঘোষণা কৰিছে ।
                               


 ২২ জুলাইৰ দিনৰ ২ বাজি ৪৩ মিনিটত "চন্দ্ৰযান - ২"
চন্দ্ৰলৈ বুলি প্ৰক্ষেপ কৰা হ'ব  । ইতিমধ্যে চন্দ্ৰযান - ২ যান্ত্ৰিক বিজুতিৰ বাবে ১৫ জুলাইত প্ৰক্ষেপনৰ কিছু মুহূৰ্তৰ পূৰ্বে  যাত্ৰা বাতিল কৰা হৈছিল । উল্লেখ যে  ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই  এইবাৰলৈ তৃতীয় বাৰ  "চন্দ্ৰযান - ২" ৰ প্ৰক্ষেপনৰ দিন সলনি কৰিছে ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go