২৪ জুলাইত অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক

#২৩ জুলাই,২০১৯


২৪ জুলাইত অসম চুক্তিৰ দফা ৬ কাৰ্যকৰী কমিটীৰ প্ৰথমখন বৈঠক নতুন দিল্লীৰ  নৰ্থ ব্লকত অনুষ্ঠিত হ’ব  । ১৫ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম  চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰিবৰ বাবে   গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন ১৩ জনীয়া কমিটী গঠন কৰি দিছিল। উল্লেখ যে এই  কমিটীত চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আৰু চুক্তি ৰূপায়ণৰ নডেল এজেন্সী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছে।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom