ঠিকাভিত্তিক টেট শিক্ষক সকলৰ বাবে এটা সুখবৰ

#২৩ জুলাই,২০১৯ ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষক সকলৰ বাবে এটা সুখবৰ । ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে শিক্ষা বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ঠিকাভিত্তীক টেট শিক্ষক সকলে নতুনকৈ টেট পৰীক্ষাত অৱৰ্তীন হব নালাগে । ঠিকাভিত্তীক শিক্ষকসকলে নিয়মীয়া পদৰ বাবে আবেদন কৰিব পাৰিব ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী