কাৰিকৰী বিজুঁতিৰ বাবে স্থগিত ৰখা হ'ল 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ

#১৫ জুলাই,২০১৯

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ 'ইছৰো'ৰ বহু প্ৰত্যাখ্যিত   'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত ৰখা হয় । কাৰিকৰী বিজুঁতিৰ বাবে উৎক্ষেপণৰ কেই মুহূৰ্ত মানৰ পূৰ্বে 'ইছৰোৱে' স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 'চন্দ্ৰযান-২' ত ইন্ধন ভৰ্তি কৰি থকাৰ সময়ত কাৰিকৰী বিজুঁতি ধৰা পৰাত  উৎক্ষেপণৰ ৫৬ মিনিট ২৪ চেকেণ্ড পূৰ্বে 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ স্থগিত ৰখা হয়।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিলে স্নাতক মহলাৰ প্ৰথমখন কাট অ'ফ মাৰ্ক তালিকা