কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰী আৰু নাই

#২৩জুলাই,২০১৯ কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰী আৰু নাই । মঙলবাৰে পুৱা ৪.৩০ বজাত মহানগৰীৰ ডাউন টাউন হাস্পতালত প্ৰাক্তন সাংসদ গৰাকীৰ দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। উল্লেখ যে প্ৰাক্তন সাংসদ গৰাকী বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল ।প্ৰয়াত চৰন নাৰ্জাৰী কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আছিল । সাহিত্য ক্ষেত্ৰত তেখেতৰ বিশেষ দখল আছিল । তেখেতৰ সৃষ্টি ৰাজি সমূহ ‘চকুলো’, ‘দ্য বড়ো’, ‘আলাৰী’, ‘জনজাতি’ ইত্যাদি ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go