আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

#৩১ জুলাই,২০১৯


আজি  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । পৰীক্ষাৰ্থী সকলে নিজা নিজা পৰীক্ষাকেন্দ্ৰ সমূহৰ লগতে অনলাইন যোগেদি নিজা ফলাফল লাভ কৰিব পাৰিব । ফলাফল সমূহ www.sebaonline.org নামৰ ৱেবচাইটত উপলব্ধ হ'ব । পৰীক্ষাৰ্থী সকলে ফলাফলৰ লগতে আজিয়ে প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট লাভ কৰিব । উল্লেখ যে এই বৰ্ষত কম্পাৰ্টমেণ্টেল পৰীক্ষাত ৪২,৩০২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী