কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি স্থগিত

#১৫ জুলাই,২০১৯

ৰাজ্যৰ ভয়াবহ বানৰ বাবে কটন বিশ্ববিদ্যালয়ৰ  স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি সাময়িক ভাৱে স্থগিত ৰখোৱা হৈছে ।   ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ  কৰাৰ বাবে কটন বিশ্ববিদ্যালয় প্ৰশাসনে  কাইলৈ স্নাতকোত্তৰৰ  বিজ্ঞান আৰু কলা শাখাৰ নামভৰ্তি সাময়িক ভাবে স্থগিত ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই  এক বিবৃতি প্ৰকাশ কৰিছে    । পৰৱৰ্তী  সময়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই  নামভৰ্তিৰ  নতুন দিন ঘোষণা কৰিব ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী