আপোনাৰ সচেতনতাই ভূমিস্খলনৰ সময়ত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব

#১৪ জুলাই ,২০১৯


  ভূমিস্খলনৰ সময়ত আপুনি লোৱা কিছু পদক্ষেপে  ক্ষয়-ক্ষতি বহু পৰিমাণে  হ্ৰাস কৰিব পাৰে। ভূমিস্খলনৰ সময়ত সজাগ হওঁক,সচেতনত হওঁক , সাৱধান হওঁক।
যিকোনো ধৰণৰ সহায়ৰ বাবে জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ১০৭৭-ত যোগাযোগ কৰক। #DisasterManagement #Landslide


Comments

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া