কলিয়াবৰ মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি , উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান

#১৫ জুলাই,২০১৯

ৰাজ্যৰ চাৰিওফালে বন গৰাখহনীয়াই আতংকিত কৰি ৰখাৰ সময়তে কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে । হাতিমুৰা মাথাউৰিৰ সুৰক্ষাৰ স্বাৰ্থত

কলিয়াবৰ মহকুমা প্ৰশাসনে তৎকালীন ভাবে বলবৎ হোৱাকৈ ফৌজাদাৰী কাৰ্য্যবিধি আইনৰ  ১৪৪  ধাৰাৰ অধিনত নিষেধাজ্ঞা জাৰি কৰিছে । হাতিমুৰা মাথাউৰিত বিভাগীয় বিষয়া কৰ্মচাৰী বাহিৰে অন্য লোকক প্ৰৱেশ কৰাটো নিষিদ্ধ ঘোষণা কৰিছে । আনহাতে হাতিমুৰা মাথাউৰি সম্পৰ্কীয় কোনোধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনে আহ্বান জনাইছে । বানপিড়িত ৰাইজক আতংকিত নহৈ সাৱধান আৰু সতৰ্ক হবলৈ আহ্বান জনাইছে । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go