আজি ভাগ্য নিৰ্ণয় হ'ব কুলভূষণ যাদৱৰ

#১৭ জুলাই, ২০১৯

           আজি প্ৰাক্তন ভাৰতীয় নৌ সেনা বিষয়া  কুলভূষণ যাদৱৰ ভাগ্য আন্তঃৰাষ্ট্ৰীয় নিৰ্ণয় হ'ব । আজি সন্ধিয়া ৬.৩০ বজাত নেডাৰলেণ্ডৰ হেগ স্থিত আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণ যাদৱৰ গোচৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব ।
     


উল্লেখ যে পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় নৌসেনা বিষয়া কুলভূষণ যাদৱৰ গোচৰ যোৱা দুবছৰ ধৰি আন্তৰ্জাতিক আদালতত চলি আছে । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী