আজিৰে পৰা মাজুলী আৰু নিমাতীঘাটৰ মাজত চলিব ফেৰী সেৱা

#১৭ জুলাই,২০১৯

আজিৰে পৰা  মাজুলী আৰু নিমাতীঘাটৰ মাজত পুনৰ  ফেৰী সেৱা আৰম্ভ হ'ব  ।  মাজুলীৰ আৰু নিমাতীঘাটৰ মাজত আজিৰে পৰা দিনত  এখকৈ  ফেৰি চলাচল কৰা হ'ব  ।
                               

পুৱা ৯ বজাত ফেৰীখন মাজুলীৰ পৰা নিমাতীঘাটলৈ যাব আৰু পুনৰ আবেলি   ৩ বজাত নিমাতীঘাটৰ পৰা পুনৰ ফেৰীখন  মাজুলীলৈ ঘুৰি যাব । ফেৰীখনত  কেৱল যাত্ৰীহে কঢ়িয়াই নিয়া হ’ব । উল্লেখ যে বানপানীৰ বাবে মাজুলীৰ ফেৰী সেৱা সাময়িক ভাৱে বন্ধ কৰি থোৱা হৈছিল । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী