ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলত নিউজিলেণ্ড বনাম ইংলেণ্ড


#১৪ জুলাই,২০১৯


আজি  অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট, ২০১৯ৰ চূড়ান্ত খেল খন ।  ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে আয়োজক  ইংলেণ্ড মুখামুখি হ'ব । ভাৰতীয় সময় অনুসৰি আবেলি ৩ বজাৰ পৰা ইংলেণ্ডৰ ল'ড ক্ৰিকেট গ্ৰাউণ্ডত বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব । আজি অনুষ্ঠিত হ'ব লগীয়া ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেলখন উপভোগ কৰিবলৈ সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমি সকলে
অধীৰ আগ্ৰহেৰে বাট চাই আছে । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom