অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ বাতিল

#১৫ জুলাই,২০১৯

ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ তাৰিখ বাতিল কৰা হৈছে । 

বিশ্ববিদ্যালয় খনত ২০১৯ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে  অহা মঙলবাৰ ১৬ জুলাই পৰা নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া  অহা ২২ জুলাইলৈ পিছুৱাই দিয়া হৈছে । বিশ্ববিদ্যালয়ৰ খনৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° ৰঞ্জিত কুমাৰ সাউদে সংবাদমধ্যমক এই কথা জানিবলৈ দিয়ে ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go