পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৫ লাখ টকা আৰু আহত সকললৈ ২.৫ লাখ টকাৰ সাহাৰ্য্য

#১৩ জুলাই,২০১৯
কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনাত আহত হোৱা আৰু নিহত হোৱা সকললৈ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । আহত আৰু নিহত সকলৰ বাবে পৰিবহন মন্ত্ৰী নীতি গাডকাৰীয়ে লোকসভাত  Motor Vehicles (Amendment) Bill, 2019 নামৰ   এখন নতুন বিল দাখিল কৰিছে । এই আঁচনিৰ জৰিয়তে   পথ দুৰ্ঘটনাত নিহতৰ আত্মীয়ই ৫ লাখ টকা আৰু আহত সকলে  ২.৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য লাভ কৰিব । এই বিলখনত পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত বহু কেইটা নতুন নিয়ম অন্তভুক্ত কৰা হৈছে আৰু লগতে  বহু নিয়ম অধিক শিথিল কৰা হৈছে বুলি কেন্দ্ৰীয়  পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে  সাং
দ মাধ্যমক জানিবলৈ দিয়ে । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom