তিৱা ছাত্র সন্থাৰ উদ্যোগত বান সাহাৰ্য ও বিনামূলীয়া চিকিৎসা

#১ আগষ্ট ,২০১৯

সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত আৰু প্ৰতিক্ষা হাস্পাটালৰ সহযোগত  বানপিড়িত লোকৰ সহায়ৰ বাবে বৃহস্পতিবাৰে  বান সাহাৰ্য ও  বিনামূলীয়া চিকিৎসা সেৱা  প্ৰদান কৰে ।


 বানবিধস্ত  মৰিগাঁও জিলাৰ  ১ নং কোঁৱৰ গাঁও(মনহা) আৰু   ২ নং কোঁৱৰ গাঁৱত (মনহা) ১ আগষ্ট ,২০১৯ তাৰিখ বৃহস্পতি বাৰে  সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে   বানাক্ৰান্ত জনসাধাৰণৰ বাবে এটা বান সাহায্য শিৱিৰ আয়োজন কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে  ঔষধ বিতৰণ কৰে । 

 ছাত্র সংগঠনটোৱে  বানপিড়িত গাওঁ দুখনৰ প্ৰয় ৪০০ ঘৰ পৰিয়ালৰ মাজত  খাদ্য  সামগ্ৰী বিতৰণ কৰে । 




Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go