সশস্ত্ৰ সীমাবলত নিযুক্তি,১৫০টা পদ খালী

#১২ আগষ্ট,২০১৯
সশস্ত্ৰ সীমা বলত খালী হৈ থকা ১৫০ টা ক্ৰীড়া বিভাগৰ সংৰক্ষিত কণিষ্ঠবল  পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে  প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ।প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ'ব লাগিব । এই পদ সমূহৰ বাবে দৰমহা নিৰিখ ২১,৭০০ টকাৰ পৰা ৬৯,১০০ লৈ ।
ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২০ আগষ্ট ২০১৯ তাৰিখৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব ‌। অনলাইন আবেদন কৰা সময়ত সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী সকলে ১০০ টকা আবেদন মাচুল জমা দিব লাগিব । অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলা প্ৰাৰ্থী সকলে কোনোধৰণৰ আবেদনমাচুল জমা দিব নালাগে । অধিক জানিবৰ বাবে সশস্ত্ৰ সীমা বলৰ অফিচিয়েল ৱেবচাইটৰ সহায় লব পাৰিব । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go