তিনি মাহলৈ বৃদ্ধি আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ কাৰ্য্যকাল

#৩১আগষ্ট,২০১৯
আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ কাৰ্যকাল তিনি মাহৰ বাবে বৃদ্ধি কৰা হৈছে ।  শুকুৰবাৰে  কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক জাননী যোগে শইকীয়াৰ কাৰ্য্য কাল আৰু তিনিমাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । উল্লেখ যে  বৰ্তমানৰ আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াই  ৩১ আগষ্ট অৰ্থাৎ আজি অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী