টেট উত্তীৰ্ণ সকলৰ বাবে এটা ভাল খবৰ

#১৯ আগষ্ট,২০১৯
অসম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ বাবে এটা সুখবৰ । টেট নিযুক্তি সমিতিয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ম্যাদ ৭ বছৰলৈ বৃদ্ধি কৰিছে । ইয়াৰ পূৰ্বে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক টেট  উত্তীৰ্ণ  প্ৰমাণপত্ৰৰ ম্যাদ ৫ বছৰ আছিল ।
ইয়াৰ লগে লগে উচ্চ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰমাণ পত্ৰৰ ম্যাদ  ০৯-০৬-২০২০ লৈ আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ম্যাদ  ১৪-০৬-২০২১
লৈ বৃদ্ধি হৈছে । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go