বিশিষ্ট শিক্ষাবিদ ,ভাষাবিদ টাবু টাইড আৰু নাই

#১৭ আগষ্ট,২০১৯
বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, লিখক টাবু টাইড আৰু নাই ।  আজি পুৱা ৭.৩০ বজাত গুৱাহাটী স্থিত  এপল’ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শিক্ষাবিদ গৰাকীয়ে ৭৭ বছৰ বয়সত   শেষ নিশ্বাস ত্যাগ কৰে । বিশিষ্ট শিক্ষাবিদ গৰাকীক ৰাজ্যিক মৰ্যদাৰে শেষ কৃত সম্পাদন কৰা হ'ব । অসমৰ বৌদ্ধিক সমাজক দীৰ্ঘদিন ধৰি নেতৃত্ব দি অহা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ বিয়োগত ৰাজ্যবাসীয়ে গভীৰ শোক প্ৰকাশ । উল্লেখ যে ভাষাৰ গৱেষক গৰাকী যোৱা ৩ আগষ্টৰ পৰা গুৱাহাটী এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী