অৰণ্য মানৱ যাদৱ পায়েঙলৈ আনন্দৰাম একাডেমী বঁটা

#২৮ আগষ্ট,২০১৯
অৰণ্য মানৱ, পদ্মশ্ৰী বঁটা প্ৰাপক যাদৱ পায়েঙলৈ ২০১৯ বৰ্ষৰ আনন্দৰাম একাডেমী  বঁটা আগবঢ়োৱা হৈছে ।  অহা ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ দিনাই অৰণ্য মানৱ যাদৱ পায়ঙক অনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হ'ব । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী