হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটা ভাল খবৰ
#১৩আগষ্ট,২০১৯
হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰা ছাত্র-ছাত্ৰী সকলৰ বাবে এটা ভাল খবৰ । অসম চৰকাৰে হোষ্টেলৰ আবাসী সকলৰ খোৱা খৰচৰ বাবদ বছৰী ১০ মাহৰ বাবে মাহে ৭০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে অসম উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত যোৱা ৮ আগষ্ট তাৰিখে ৰাজ্যখনৰ বিশ্ববিদ্যালয়ৰ আৰু মহাবিদ্যালয় সমূহলৈ এখন জাননী জাৰি কৰিছে ।
*কোন কোন বিশ্ববিদ্যালয়ৰ আৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে এই সুবিধা লাভ কৰিব পাৰিব ?
অসম উচ্চ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি -
*গুৱাহাটী বিশ্ববিদ্যালয়
*ডিব্ৰুগড় বিশ্ববিদ্যালয়
*কটন বিশ্ববিদ্যালয়
*বড়লেণ্ড বিশ্ববিদ্যালয়
*ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়
*মাধৱদেৱে বিশ্ববিদ্যালয়
*ভট্টদেৱ বিশ্ববিদ্যালয়
* কে.বি.ভি.এচ.এণ্ড এ ষ্টাদিচ বিশ্ববিদ্যালয়, চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় সমূহৰ হোষ্টেলৰ আবাসী সকলে এই সুবিধা লাভ কৰিব ।

Comments
Post a Comment