নিযুক্তিৰ সুযোগ , এইমচত ৫০৩ টা পদ খালী

#৮আগষ্ট,২০১৯
নতুন দিল্লীস্থিত ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ  খালী হৈ থকা ৫০৩ টা নাৰ্ছিং অফিচাৰ পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা   Bsc(Hon)/Bsc ডিগ্ৰীধাৰি হ'ব লাগিব অথবা GNM Diploma থকাৰ লগতে   Nurs&midwife with state অথবা Indian nursing councilত পঞ্জীয়ন থকা হ'ব লাগিব।  মুঠ খালী হৈ থকা ৫০৩ টা পদৰে ২৮২ টা পদ সাধাৰণ শ্ৰেণীৰ বাবে , ১৩২ টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ,৬৬টা পদ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে আৰু ৩২টা পদ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত । প্ৰাৰ্থীৰ বয়স ১৮বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব । দৰমহাৰ নিৰিখ ৪৪৯০০ৰ পৰা ১৪২৪০০টকা লগত ৪৬০০ টকাৰ গ্ৰেট' পে থাকিব ।
 ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২১ আগষ্ট,২০১৯ ৰ ভিতৰত অনলাইন যোগেদি আবেদন পত্ৰ জমা দিব পাৰিব । অনুসূচীত জাতি,অনুসূচীত জনজাতি আৰু PWD প্ৰাৰ্থী সকলে ১২০০ টকা আৰু অন্যান্য সকলে ১৫০০  টকা আবেদন মাচুল জমা দিব লাগিব । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom