নিযুক্তিৰ সুযোগ , এইমচত ৫০৩ টা পদ খালী
#৮আগষ্ট,২০১৯
নতুন দিল্লীস্থিত ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ খালী হৈ থকা ৫০৩ টা নাৰ্ছিং অফিচাৰ পদৰ বাবে অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে । উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Bsc(Hon)/Bsc ডিগ্ৰীধাৰি হ'ব লাগিব অথবা GNM Diploma থকাৰ লগতে Nurs&midwife with state অথবা Indian nursing councilত পঞ্জীয়ন থকা হ'ব লাগিব। মুঠ খালী হৈ থকা ৫০৩ টা পদৰে ২৮২ টা পদ সাধাৰণ শ্ৰেণীৰ বাবে , ১৩২ টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ,৬৬টা পদ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে আৰু ৩২টা পদ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত । প্ৰাৰ্থীৰ বয়স ১৮বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব । দৰমহাৰ নিৰিখ ৪৪৯০০ৰ পৰা ১৪২৪০০টকা লগত ৪৬০০ টকাৰ গ্ৰেট' পে থাকিব ।
ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২১ আগষ্ট,২০১৯ ৰ ভিতৰত অনলাইন যোগেদি আবেদন পত্ৰ জমা দিব পাৰিব । অনুসূচীত জাতি,অনুসূচীত জনজাতি আৰু PWD প্ৰাৰ্থী সকলে ১২০০ টকা আৰু অন্যান্য সকলে ১৫০০ টকা আবেদন মাচুল জমা দিব লাগিব ।

Comments
Post a Comment