বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত চাৰিজন ন্যায়াধীশক নিযুক্তি

#৩০ আগষ্ট,২০১৯
 উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ মুৰব্বী তথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদৰ কাৰণে চাৰিজন ন্যায়াধীশক নিযুক্তি দিয়ে ৷ নিযুক্তি লাভ কৰা  ন্যায়াধীশ চাৰিজন ক্ৰমে বি ৰামা সুব্ৰমনিয়াম, কৃষ্ণা মুৰাৰী, এছ ৰবিন্দ্ৰা ভট্ট আৰু হৃষীকেশ ৰয় ৷ ইয়াৰে হৃষীকেশ ৰয়ৰ ঘৰ অসমত । উল্লেখ যে হৃষীকেশ ৰয়ে বৰ্তমান  কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । 

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go