বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত চাৰিজন ন্যায়াধীশক নিযুক্তি
#৩০ আগষ্ট,২০১৯
উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ মুৰব্বী তথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদৰ কাৰণে চাৰিজন ন্যায়াধীশক নিযুক্তি দিয়ে ৷ নিযুক্তি লাভ কৰা ন্যায়াধীশ চাৰিজন ক্ৰমে বি ৰামা সুব্ৰমনিয়াম, কৃষ্ণা মুৰাৰী, এছ ৰবিন্দ্ৰা ভট্ট আৰু হৃষীকেশ ৰয় ৷ ইয়াৰে হৃষীকেশ ৰয়ৰ ঘৰ অসমত । উল্লেখ যে হৃষীকেশ ৰয়ে বৰ্তমান কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।

Comments
Post a Comment