মহিলা সকলৰ বাবে সুখৰ এতিয়া বিনামূলীয়া হ'ব বাছত যাত্ৰা

#১৫ আগষ্ট ,২০১৯
 স্বাধীনত দিৱসৰ দিনাই মহিলা সকলৰ বাবে আহিল এটা সুখৰ । দিল্লী চৰকাৰে  ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই  মহিলা  সকলৰ বাছ যাত্ৰা বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰে । 
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অহা ২৯ অক্টোবৰৰ পৰা দিল্লীৰ মহিলাসকলে ডি.টি.চি আৰু ক্লষ্টৰ বাছত  বিনা  যাত্ৰা  কৰিব পাৰিব বুলি ঘোষণা কৰে ।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী