ভাল খবৰ ঘোষণা কৰা হ'ল প্ৰাথমিক আৰু মাধ্যমিক টে'টৰ দিন

#১ ছেপ্টেম্বৰ ,২০১৯
ৰাজ্যৰ  শিক্ষা  বিভাগে  ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ টে’ট পৰীক্ষাৰ বাবে  দিন ঘোষণা  কৰিছে ।   শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাটো অহা ২০ অক্টোবৰত  অনুষ্ঠিত কৰিব ।ইচ্ছুক অৰ্হতা সম্পন্ন  প্ৰাৰ্থী সাকলে   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবে আহা  ২ ছেপ্টেম্বৰৰ  পৰা ১৭  ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব ।  অনলাইন আবেদন কৰাৰ সময়ত সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ  পৰীক্ষাৰ্থী সকলে  ৩২৫ টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৩০০ টকা আবেদনমাচুল জমা দিব লাগিব ।  পৰীক্ষাৰ্থী সকলৰ বয়স নুন্যতম ১৮ বছৰ হ'ব লাগিব । প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা প্ৰাথমিক পৰ্যায়ৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০% নম্বৰ সহ  উত্তীৰ্ণ হ'ব লাগিব অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব । মাধ্যমিক পৰ্যায়ৰ বাবে ৫০% স্নাতক ডিগ্ৰীধাৰি হব লাগিব ।অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব ।  যিকোনো   অধিক জানিবৰ বাবে  মাধ্যমিক শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবচাইট ssa.assam.gove.in সহায় লব পাৰিব ।

Comments

Post a Comment

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom