ভাল খবৰ ঘোষণা কৰা হ'ল প্ৰাথমিক আৰু মাধ্যমিক টে'টৰ দিন

#১ ছেপ্টেম্বৰ ,২০১৯
ৰাজ্যৰ  শিক্ষা  বিভাগে  ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট চমুকৈ টে’ট পৰীক্ষাৰ বাবে  দিন ঘোষণা  কৰিছে ।   শিক্ষা পৰিষদে ২০১৯ বৰ্ষৰ প্ৰাথমিক আৰু  মাধ্যমিক পৰ্যায়ৰ   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাটো অহা ২০ অক্টোবৰত  অনুষ্ঠিত কৰিব ।ইচ্ছুক অৰ্হতা সম্পন্ন  প্ৰাৰ্থী সাকলে   টিচাৰছ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবে আহা  ২ ছেপ্টেম্বৰৰ  পৰা ১৭  ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব ।  অনলাইন আবেদন কৰাৰ সময়ত সাধাৰণ শ্ৰেণীৰ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ  পৰীক্ষাৰ্থী সকলে  ৩২৫ টকা আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পৰীক্ষাৰ্থী সকলে ৩০০ টকা আবেদনমাচুল জমা দিব লাগিব ।  পৰীক্ষাৰ্থী সকলৰ বয়স নুন্যতম ১৮ বছৰ হ'ব লাগিব । প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা প্ৰাথমিক পৰ্যায়ৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০% নম্বৰ সহ  উত্তীৰ্ণ হ'ব লাগিব অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব । মাধ্যমিক পৰ্যায়ৰ বাবে ৫০% স্নাতক ডিগ্ৰীধাৰি হব লাগিব ।অৱশ্যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫% ৰেহাই দিয়া হ'ব ।  যিকোনো   অধিক জানিবৰ বাবে  মাধ্যমিক শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবচাইট ssa.assam.gove.in সহায় লব পাৰিব ।

Comments

Post a Comment

Popular posts from this blog

অচিৰে বাংলাদেশলৈ চলিব জাহাজ , বাংলাদেশক মুকলাই দিলে ২৫০ কোটি

আজি শিক্ষক দিৱস, শিক্ষক দিৱস আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ

বৰষুণ বিচাৰি পশ্চিম নগাঁৱত পাতিলে ঢেঁকীৰ বিয়া