গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

#১৯আগষ্ট,২০১৯
অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান  গুৱাহাটী বিশ্ববিদ্যালয়ত আজি নতুন উপাচাৰ্য নিযুক্তি দিয়া হয় । অসমৰ ৰাজ্যপাল   জগদীশ মুখীয়ে আজি অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে নিযুক্তি প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য মৃদুল হাজৰিকাৰ কাৰ্যকাল অন্ত পৰাত ৰাজ্যপাল জগদীশ মুখীয়ে  অধ্যাপক  প্ৰতাপ জ্যোতি সন্দিকৈক উপাচাৰ্য পদত নিযুক্তি প্ৰদান কৰে। উল্লেখ যে প্ৰতাপ জ্যোতি সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়’ টেকন’লজি বিভাগৰ অধ্যাপক।



Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী