কবি নীলমণি ফুকনক ডি লিট সন্মান প্ৰদান

#১৯ আগষ্ট,২০১৯
আধুনিক অসমীয়া কবিতাক নতুন মাত্ৰা প্ৰদান কৰা বিশিষ্ট কবি নীলমণি ফুকনক ডি লিট সন্মান প্ৰদান কৰা হয় ।  ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশিষ্ট কবি জনক সোমবাৰে  ডি লিট সন্মানেৰে সন্মানিত কৰে । সোমবাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু পঞ্জীয়কে বিশিষ্ট কবি গৰাকীৰ বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী