বিদ্যুৎ মাচুল ৫০% ৰেহাই কৰা সিদ্ধান্ত

#২জুলাই,২০১৯
দিল্লীৰ চৰকাৰে বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  অৰবিন্দ কেজৰিৱাল নেতৃত্বাধী দিল্লী চৰকাৰে  দিল্লীবাসীৰ দিল্লীবাসি ৰাইজৰ  বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে  ৷ 
২০০ ইউনিটলৈ  বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহক  সকলৰ মাচুল সম্পূৰ্ণ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে  ৷ আনহাতে ২০১ ৰ পৰা ৪০০ ইউনিটলৈ বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকক প্ৰায় ৫০ % মাচুল ৰেহাই দিব  ৷ উল্লেখ যে  অৰবিন্দ কেজৰিবাল নেতৃত্বধীন  চৰকাৰ খনে  বৰ্তমানলৈকে কোনোধৰণৰ   বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই ।   

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom