প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু নাই

#২৪ আগষ্ট,২০১৯
প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু নাই । আজি কিছু সময় পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইমছত শেষ নিশ্বাস ত্যাগ  কৰে  । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৬ বছৰ। যোৱা ৯ আগষ্ট তাৰিখৰ পৰা প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকী এইমছত চিকিৎসাধীন হৈ আছিল।

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী